-Nick Name in Assamese Literature-
In Assamese literature we found many persons who are popular with their nick names. These names are most important for us as most of these are often comes in various competitive examinations. We Assam Study Centre therefore prepare a list of Nick Names in Assamese literature to help the students. Hope you all get benefit from these names. Here are one hundred nick names in Assamese Literature.
Nick Names in Assamese Literature
কাক কি বুলি আমি জানো ?
অগ্নিকবি -
কমলাকান্ত ভট্টাচার্য
অভিনয়াচার্য -
ব্রজনাথ শর্মা
অসম কেশৰী -
অম্বিকাগিৰী ৰায়চৌধুৰী
অতীন্দিয়বাদী কবি -
নলিনীবালা দেবী
উপন্যাস সম্রাট -
ৰজনীকান্ত বৰদলৈ
কবিতা কোঁৱৰ -
অম্বেশ্বৰ চেতিয়া ফুকন
কর্মবীৰ -
নবীন চন্দ্র বৰদলৈ
কলাগুৰু -
বিষ্ণুপ্রসাদ ৰাভা
গীতিকবি -
পার্বতীপ্রসাদ বৰুৱা
জননায়ক -
দেৱেশ্বৰ শর্মা
জ্ঞান মালিনীৰ -
মফিজুদ্দিন
কবি -
আহমদ হাজৰিকা
ত্যাগবীৰ - হেমচন্দ্র বৰুৱা
দেশভক্ত -
তৰুণৰা্ম ফুকন
ধ্বনিকবি -
বিনন্দ চন্দ্র বৰুৱা
নটসুর্য -
ফণী শর্মা
নাট্য প্রভাকৰ -
সত্যপ্রসাদ বৰুৱা
নিজৰাৰ কবি -
শৈলধৰ ৰাজখোৱা
পাপৰিৰ কবি -
গণেশ চন্দ্র গগৈ
প্রতিমাৰ খনিকৰ -
চন্দ্রকুমাৰ আগৰৱালা
প্রেম আৰু ৰ’দালিৰ কবি -
হীৰেণ ভট্টাচার্য
বকুলবনৰ কবি -
আনন্দ চন্দ্র বৰুৱা
বনকোঁৱৰ -
আনন্দিৰাম দাস
বনফুলৰ কবি -
যতীন্দ্র নাথ দুৱৰা
বিদ্রোহী কবি -
প্রসন্নলাল চৌধাৰী
বীৰবালা -
কনকলতা
বাগ্মীবৰ//ককা -
নীলমণি ফুকন
বিহগী কবি -
ৰঘুনাথ চৌধাৰী
ভাঙনি কোঁৱৰ -
আনন্দ চন্দ্র আগৰৱালা
ৰসৰাজ/সাহিত্যৰথী -
লক্ষ্মীনাথ বেজবৰুৱা
ৰূপকোঁৱৰ -
জ্যোতিপ্রসাদ আগৰৱালা
লুইত কোঁৱৰ -
ৰুদ্র বৰুৱা
লোকনায়ক -
অমিয় কুমাৰ দাস
লোকপ্রাণ -
মতিৰাম বৰা
লোকপ্রিয় -গোপীনাথ
বৰদলৈ
লোকবন্ধু -
ডাঃ ভুৱনেশ্বৰ বৰুৱা
শেৱালী কবি -
ৰত্নকান্ত বৰকাকতী
শোণিত কোঁৱৰ -
গজেন বৰুৱা
সংগীতাচার্য -
লক্ষ্মীৰাম বৰুৱা
সাহিত্যৰত্ন -
চন্দ্রধৰ বৰুৱা
ছদ্মনাম
অঘৰী -
প্রমোদ কুমাৰ বৰদলৈ
অজগৰ -
চৈয়দ আব্দুল মালিক
স্বামী অভঙানন্দ -
মুনীন বৰকটকী
অনিৰুদ্ধ কটকী -
মুনীন বৰকটকী
অষ্টবক্র - কমলাকান্ত ভট্টাচার্য
অসম/চিত্র দাস -
অতুল চন্দ্র হাজৰিকা
ঈশান দত্ত/কুম্ভকর্ণ -
ইমৰাণ শ্বাহ
এণ্ডি খুড়া - ডাঃ নগেন দত্ত
এখুদ ককাইদেউ - নৱকান্ত
বৰুৱা
সীমা দত্ত -
নৱকান্ত বৰুৱা
ন-আইতা -
নৱকান্ত বৰুৱা
কাঞ্চন বৰুৱা -
ভুবনমোহন বৰুৱা
কুমাৰ মধুসুদন -
মহেশ চন্দ্র গোস্বামী
কুমাৰ কিশোৰ -
কিশোৰ কুমাৰ শর্মা
কৃপাবৰ বৰবৰুৱা -
লক্ষ্মীনাথ বেজবৰুৱা
কেৰপাই শর্মা -
বিনন্দ চন্দ্র বৰুৱা
গুৰু দত্ত -
গুণাভিৰাম বৰুৱা
গণপতি/মধুকৰ -
গৌৰীকান্ত তালুকদাৰ
চাৰু দত্ত -
দীনেশ চন্দ্র গোস্বামী
চিত্রসেন যখৰীয়া -
হলীৰাম ডেকা
দদাই -
কীর্তিনাথ হাজৰিকা
ধনবৰ কাই -
মহিম বৰা
নতুন কৃপাবৰ -
ৰত্নকান্ত বৰকটকী
নাচিকেতা -
ভবানন্দ দত্ত
নিৰঞ্জন ফুকন -
ড হীৰেণ গোহাঁই
নির্মলা দেবী -
তীর্থনাথ শর্মা
নীলিম কুমাৰ -
হেমেন কুমাৰ শর্মা
নীলা বাইদেউ -
নির্মলপ্রভা বৰদলৈ
পশুপতি ভৰদ্বাজ -
উমাকান্ত শর্মা
বাবুল -
ইমৰাণ শ্বাহ
বিষ্ণুপ্রিয়া ঠাকুৰীয়া -
বিষ্ণুপ্রসাদ ৰাভা
ভবানন্দ পাঠক -
ড: বাণীকান্ত কাকতি
ভানুনন্দন -
ড সুর্যকুমাৰ ভূঞা
ভোলাই শর্মা -
ৰজনীকান্ত বৰদলৈ
মনাই বৈৰাগী -
মহেন্দ্রনাথ ডেকা ফুকন
মামণি ৰয়চম গোস্বামী -
ইন্দিৰা গোস্বামী
যদু -
যতীন্দ্রনাথ দুৱৰা
যশপতি শর্মা -
কীর্তিনাথ বৰদলৈ
ৰংমন -
ৰবীন দে
ৰঞ্জু হাজৰিকা -
কুমুদ হাজৰিকা
ৰসেশ্বৰ হাজৰিকা -
পবিত্র কুমাৰ ডেকা
ৰাস্না বৰুৱা/বীণা বৰুৱা -
ড বিৰিঞ্চি কুমাৰ বৰুৱা
ৰাণা তামুলী -
প্রণৱ তামুলী
ৰাম দাস গোস্বামী -
ৰত্নেশ্বৰ মহন্ত
ৰূপচন্দ্র ভাগৱতী -
শৰৎ চন্দ্র গোস্বামী
হয়ভৰ অভয়পুৰীয়া -
পার্বতীপ্রসাদ বৰুৱা
শান্তনু তামুলী/মৌচাক মামা -
প্রমোদ চন্দ্র তামুলী
শীলভদ্র -
ৰেৱতী ফুকন দত্ত চৌধাৰী
সঞ্জয়/প্রিয়বন্ধু -
ড ভবেন্দ্র নাথ শইকীয়া
সোণাৰাম চাঁদ /
স্বররণ বৰুৱা - হেমচন্দ্র বৰুৱা
সৌৰভ কুমাৰ চলিহা -সুৰেন্দ্র
নাথ মেধি
0 Comments